হাগ্ৰামা মহিলাৰীৰ নতুন ভূমি নীতিকলৈ বিটিআৰত বিতৰ্ক। অভাৱনীয়ভাৱে মাটিৰ প্ৰিমিয়াম বৃদ্ধি কৰিলে হাগ্ৰামা মহিলাৰীৰ পৰিষদীয় চৰকাৰে। নিৰ্বাচনত মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি মাটিৰ প্ৰিমিয়ামহে বৃদ্ধি কৰিলে হাগ্ৰামা মহিলাৰীয়ে। তথ্য সহকাৰে হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা UPPLৰ যুৱ নেতা সঞ্জয় দাসৰ।
Udalguri, Udalguri | Sep 12, 2026