Public App Logo
স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীৰ মুখত বানপানীৰ প্ৰসংগ। প্ৰধানমন্ত্ৰীৰ মুখত উচ্চাৰণ নহ'ল অসমৰ নাম। বানাক্ৰান্তৰ দুখ-দুৰ্দশা মৰ্মে মৰ্মে উপলব্ধি কৰিছে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীৰ মন্তব্যক লৈ আশ্বস্ত মুখ্যমন্ত্ৰী, মন্ত্ৰী পীযুষ হাজৰিকা। - Assam News