Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
India
जनसमस्या
चुनाव
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Up
Iyc
Bollywood
Patna
Breakingnews
महिला
Narendramodi
Nitishkumar
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Ahmedabad
Rahulgandhi
यूपी

News in Gohpur

অৰুণাচলত কাম কৰিবলৈ যোৱা যুৱতীক হাৰমতি ৰেলৱে ষ্টেচনৰ পৰা উদ্ধাৰ আদিবাসী ছাত্ৰ সন্থাৰ।✅✅✅#behalidarpan

অৰুণাচলত কাম কৰিবলৈ যোৱা যুৱতীক হাৰমতি ৰেলৱে ষ্টেচনৰ পৰা উদ্ধাৰ আদিবাসী ছাত্ৰ সন্থাৰ।✅✅✅#behalidarpan

Biswanath, Biswanath | Jun 13, 2026

বিশ্বনাথ: আটছা কাৰ্য্যালয়ত আটছা বিশ্বনাথ জিলা সমিতিৰ এখন বিশেষ জৰুৰী বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন

বিশ্বনাথ: আটছা কাৰ্য্যালয়ত আটছা বিশ্বনাথ জিলা সমিতিৰ এখন বিশেষ জৰুৰী বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন

Biswanath, Biswanath | Jun 13, 2026

BIG BREAKING পুৱাই দেশ জোকাৰি যোৱা এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা। 

অৰুণাচলৰ চেপাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। 

থিতাতে নিহত লখিমপুৰৰ নাওবৈচাৰ চাৰিজন ব্যৱসায়ী, গুৰুতৰভাৱে আহত এজন।

পুৱতি নিশা লখিমপুৰৰ ভৰলুৱাৰ পৰা চেপা বজাৰ অভিমূখে যাত্ৰা কৰিছিল ব্যৱসায়ীৰ দলটোৱে। 

চেপা অভিমুখে গৈ থকা অৱস্থাত চেপা ভিউপ‌ইণ্টত দুৰ্ঘটনাত পতিত হয় ব্যৱসায়ীৰ বলেৰ' বাহনখন।

বৰ্ত্তমান লৈকে চিনাক্ত হোৱা নাই লোক কেইজন। 

#public #friends #highlights #news #viral #reels #everyone #facebook #Arunachal #itanagar

BIG BREAKING পুৱাই দেশ জোকাৰি যোৱা এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা। অৰুণাচলৰ চেপাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। থিতাতে নিহত লখিমপুৰৰ নাওবৈচাৰ চাৰিজন ব্যৱসায়ী, গুৰুতৰভাৱে আহত এজন। পুৱতি নিশা লখিমপুৰৰ ভৰলুৱাৰ পৰা চেপা বজাৰ অভিমূখে যাত্ৰা কৰিছিল ব্যৱসায়ীৰ দলটোৱে। চেপা অভিমুখে গৈ থকা অৱস্থাত চেপা ভিউপ‌ইণ্টত দুৰ্ঘটনাত পতিত হয় ব্যৱসায়ীৰ বলেৰ' বাহনখন। বৰ্ত্তমান লৈকে চিনাক্ত হোৱা নাই লোক কেইজন। #public #friends #highlights #news #viral #reels #everyone #facebook #Arunachal #itanagar

Helem, Biswanath | Jun 13, 2026