Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
Swachhbharat
Ramnavmi
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Responsiblerailyatri
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Educationforall
Worldwaterday
Capacitybuilding
Namaste
No video available

সোণাৰি: চৰাইদেউ মৈদামত স্বৰ্গদেউসকলৰ সোঁৱৰণত স্মৃতি তৰ্পন অনুষ্ঠান, উপস্থিত বিধায়ক ধৰ্মেশ্বৰ কোৱৰ

Sonari, Charaideo | Mar 30, 2024
চৰাইদেউ মৈডাম ক্ষেত্ৰত স্বৰ্গদেউসকলৰ স্মৃতিত অনুষ্ঠিত কৰি অহা ৪২ খন শৰাই উচৰ্গা কৰা স্মৃতি তৰ্পণ অনুষ্ঠানটি দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ শনিবাৰে দ্বিতীয় দিনা ৭২ সংখ্যক বৰ্ষত পদাৰ্পণ কৰা এই তৰ্পণ অনুষ্ঠানটি সম্পূৰ্ণ পৰম্পৰাগত ৰীতিনীতিৰে উদযাপন কৰা হয় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱৰকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি ।

MORE NEWS