সোণাৰি: মথুৰাপুৰত কংগ্ৰেছ দলৰ যোৰহাট লোক সভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ চাহ বাগিছা কেলেংকাৰী সন্দৰ্ভত প্ৰতিক্ৰীয়া প্ৰকাশ ৷
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মথুৰাপুৰত আজি বিয়লি যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ চাহ বাগিছা কিনা বেচা ক্ষেত্ৰত বিজেপি দলৰ একাংশই চিণ্ডিকেট কৰিছে বুলি মন্তব্য প্ৰকাশ যেৰহাট লোকসভা কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ ৷