সোণাৰি: মথুৰাপুৰ ৰাজহুৱা প্ৰেক্ষাগৃহত যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত নিমনাগড় মণ্ডল কংগ্ৰেছৰ মথুৰাপুৰ ৰাজহুৱা প্ৰেক্ষাগৃহত যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী সম্পন্ন হয়৷ উপস্থিত থাকে ঐক্য মঞ্চৰ ৰাইজৰ দল,অসম জাতীয় পৰিষদ,আম আদমি পাৰ্টিৰ বিষয়ববীয়া আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ।