সোণাৰি: শুক্ৰবাৰে সোণাৰিত চি আৰ পি এফৰ দ্বাৰা পুনঃ নিৰ্মাণ কৰা বিদ্যালয় গৃহ উদ্বোধন ।
আজি শুক্ৰবাৰে দিনৰ ১ বজাত সোণাৰি স্থিত চি আৰ পি এফৰ ১৪৯ বেটেলিয়ানৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত পুনঃ নিৰ্মাণ কৰা যতীন্দ্ৰ মোহন দেৱ প্ৰাথমিক বিদ্যালয়ৰ গৃহটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে সমগ্ৰ শিক্ষা অভিযান মিছনৰ চৰাইদেউ জিলাৰ আঁচনি বিষয়া বিদ্যুৎ দিহিঙীয়াই। এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত চি আৰ পি এফৰ ১৪৯ বেটেলিয়ানৰ কামাণ্ডেণ্ট আশীষ যাদৱ, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, বিদ্যালয়খনৰ প