সোণাৰি: মাহমৰা সমষ্টিৰ ধামধূলিত যোৰহাটৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্রার্থী গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ সম্পন্ন ৷
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত যোৰহাটৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্রার্থী গৌৰৱ গগৈয়ে শুক্রবাৰে নিৰ্বাচনী প্ৰচাৰ চলায়। সমান্তৰালভাৱে চৰাইদেউ জিলাৰ টেঙাপুখুৰী ধামধূলি ৰাজহুৱা প্রক্ষাগৃহত নিৰ্বাচনী সভাত অংশ গ্ৰহন গৌৰৱ গগৈৰ ৷সভাত অংশগ্রহণ কৰি প্ৰচাৰ চলাই গৌৰৱ বাইক ৰেলীয়ে আদৰি নিয়া হয় চাৰিমুঠিয়ালৈ ৷