Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Bipinrawat
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Educationforall
Cds
Worldwaterday
Chaitranavratri
Railsafety
Smartrailyatri
Indianrailway
Railinfra4jharkhand
No video available

সোণাৰি: চৰাইদেউৰ আইদেউপুখুৰী চাহ বাগিচাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে অসম প্ৰদেশ বিজেপিৰ সভাপতিয়ে

Sonari, Charaideo | Apr 6, 2024
৯৩ নং সোণাৰি বিধানসভা সমষ্টিৰ আইদেউ পুখুৰী চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰা হয় । এই কাৰ্যসূচীত উপস্থিতি থাকে ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলাৰ সভাপতি লক্ষ্মীনাথ তাছা, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলাৰ বিষয়ববীয়া, মণ্ডল আৰু বুথৰ বিষয়ববীয়া আৰু দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

MORE NEWS