সোণাৰি: ৰাজ্যিক বিজেপিৰ সভাপতিৰ উপস্থিতিত চৰাইদেউ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত পালন কৰা হয় ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস
বিজেপিৰ ৰাজ্যিক সভাপতিৰ উপস্থিতিত চৰাইদেউ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত পালন কৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস । অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা উপস্থিতিত অনুষ্ঠিত হয় এই প্ৰতিষ্ঠা দিৱস। কাৰ্যসূচীত কাৰ্যসূচীত উপস্থিতি থাকে ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলাৰ সভাপতি লক্ষ্মীনাথ তাছা ,সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিতিত থাকে ।