সোণাৰি: চৰাইদেউ জিলা আবকাৰী বিভাগে সোণাৰিত দুৰিবাম বাগিছাৰ ৩নং' লাইন১২ নংলাইনত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ৪৬০লিটাৰ পাছ নষ্ট
চৰাইদেউ জিলাৰ সোণাৰি কাকটিবাৰীৰ দুৰিবাম চাহ বাগিছাৰ ৩ নং লাইন ১২ নং লাইন আৰু কাকটিবাৰী তিনি আলিৰ হোটেলত অবৈধ সুৰাৰ বিৰুদ্ধে কাকটিবৈৰী আৰক্ষী চৰাইদেউ জিলা আবকাৰী বিভাগে অভিযান চলায় অভিযানত ৪৬০ লিটাৰ চুলাই মদৰ পাছ বিক্ৰী বাবে ৰখা চুলাই মদ ১৫ লিটাৰ নষ্ট কৰিবলৈ সক্ষম ৷