সোণাৰি: অসম প্ৰদেশ বিজেপিৰ সভাপতিৰ উপস্থিতিত চৰাইদেউত বিজেপি ৪৪ তম প্ৰতিষ্ঠা দিৱস পালন
চৰাইদেউ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত বিশ্বৰ শক্তিশালী ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিৰ ৪৪ তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই কাৰ্যসূচীত উপস্থিতি থাকে ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলাৰ সভাপতি লক্ষ্মীনাথ তাছা, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলাৰ বিষয়ববীয়া, মণ্ডল আৰু বুথৰ বিষয়ববীয়া আৰু দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে।