ৰাইজৰ মৰম আৰু আগ্ৰহ বাবে মই এই ৰূপ ল’বলৈ বাধ্য হ’লোঁ হোজাইৰ বিধায়ক জীৱনত প্ৰথমবাৰৰ বাবে এনে এক ধৰ্মীয় চৰিত্ৰত অভিনয় কৰি আবেগিক হৈ পৰে বিধায়কগৰাকী। ৰাইজৰ ভক্তি আৰু শ্ৰীকৃষ্ণৰ প্ৰতি থকা আগ্ৰহক সন্মান জনাই তেওঁ মাত্ৰ কেইটামান মুহূৰ্তৰ বাবে হ’লেও এই ৰূপ ধাৰণ কৰে বুলি প্ৰকাশ কৰে। অসমবাসীক সনাতনী ধৰ্মৰ মাজেৰে চিৰকাল একেলগে জীয়াই থাকিবলৈ তেওঁ আহ্বান জনায়।
Shiladitya Dev LANKA TV
Hojai, Hojai | Nov 8, 2026