অহা ৯ জানুৱাৰীত অনুষ্ঠিত হ’ব MEGA MUSICAL NIGHT LANKA। আজি এখন গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এইবাৰৰ অনুষ্ঠানত উপস্থিত থাকিব বলীউডৰ এগৰাকী জনপ্ৰিয় তথা ভাৰতবৰ্ষৰ প্ৰসিদ্ধ প্লেবেক কণ্ঠশিল্পী। পৰৱৰ্তী সময়ত শিল্পীগৰাকীৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হ’ব।
এই বৃহৎ অনুষ্ঠানটো সফল আৰু সুন্দৰভাৱে সম্পন্ন কৰিবলৈ সকলোৰে আশীৰ্বাদ, মৰম, সহায়-সহযোগিতা আৰু আন্তৰিক সমৰ্থন কামনা কৰিলোঁ।
সকলোৰে সহযোগিতাই আমাৰ প্ৰেৰণা।
ধন্যবাদ।
🎶 MEGA MUSICAL NIGHT LANKA 🎶
Hojai, Hojai | Nov 10, 2026