Public App Logo
Profile Picture

LANKA TV

@lankatv123
203Followers
0Following
হোজাই জিলাৰ বিধায়ক শিলাদিত দেবৰ ১০০ জনক  স্বাস্থ্য জনিত কাৰণত প্ৰয় ১০ লাখ টকা মূখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা চেক আগবঢ়োৱায় হোজাই বিধায়ক কাৰ্যালয়ত
চৰকাৰী এক নিৰ্দেশনা অনুসৰি লংকা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড (BLOCK) লামডিংলৈ হৱ স্থানান্তৰ।।উক্ত বিষয়ক লৈ আজি লংকাত  বিধায়ক শিবু মিশ্ৰই মন্তব্য
হোজাইত বাঙালী পৰিষদৰ অসমৰ বিজয়া সন্মিলন, ছয় দফীয়া দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান
Shiladitya Dev
Video 3
Video 4
হোজাইত বাঙালী পৰিষদৰ অসমৰ বিজয়া সন্মিলন, ছয় দফীয়া দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান
হোজাইত বাঙালী পৰিষদৰ অসম  বিজয়া সন্মিলন, ছয় দফীয়া দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদানপৰম্পৰাগত 

1.ধামাইল নৃত্যক ধ্ৰুপদী নৃত্যৰ স্বীকৃতি প্ৰদান।
2হিন্দু বাঙালীসকলক বাংলাদেশী বুলি অপমান আৰু হেয় প্ৰতিপন্ন কৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ।
৩. ডি-ভোটাৰ সমস্যাৰ স্থায়ী সমাধান।
৪. ভূমিহীন হিন্দু বাঙালী পৰিয়ালসমূহক ভূমিৰ পট্টা প্ৰদান।
৫. মিছন বসুন্ধৰাৰ নিয়মাৱলী সৰলীকৰণ।

৬. হাওৰাঘাট আৰু বোকাজানকে ধৰি বাঙালী অধ্যুষিত অঞ্চলসমূহত ভূমিৰ অধিকাৰ আৰু ৰাজনৈতিক প্ৰতিনিধিত্ব সুনিশ্চিত কৰা

7.শ্ৰীভূমিত দুৰ্গাপূজাৰ প্ৰতিমা বিসৰ্জনক কেন্দ্ৰ কৰি সংঘটিত সংঘৰ্ষৰ ঘটনাৰ নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবীও উত্থাপন কৰা হয়।

Shiladitya Dev Krishnendu Paul Sushmita Dev Sanjib Jhanu Sanjib @topfans Bangali Parishad Assam Parimal Suklabaidya BJP Assam Pradesh <nis:link nis:type=tag nis:id=shribhumi nis:value=shribhumi nis:enabled=true nis:link/>
হোজাই দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা "অসম ব্ৰাহ্মণ সমাজৰ পঞ্চম ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত লংকা আঞ্চলিক ব্ৰাহ্মণ সমাজৰ তৰফৰ পৰা  সম্বৰ্ধনা জনোৱা হয়। সুৰেন্দ্ৰ কান্ত চক্ৰৱৰ্তীক
বাঙালি পরিষদ অসম সভাপতি  শান্তনু সান্যাল বিজয়া সম্মেলন উপলক্ষে নিজের মন্তব্য প্রকাশ করেন এ ধরনের
বাঙালি পরিষদের বিজয়া সম্মেলনে উপস্থিত হয়ে মন্ত্রী- কৃষ্ণেন্দু পাল নিজের মন্তব্য বলেন এই ধরনের
বিধায়ক কিশোরনাথ মন্তব্য
বাঙালী পৰিষদ অসমৰ বিজয়া সন্মিলন উপস্থিত বিধায়ক মন্ত্ৰী সাংসদ
বাঙালি পরিষদের বিজয়া সম্মেলনে উপস্থিত হয়ে সাংসদ সুস্মিতা দেব নিজের মন্তব্য বলেন এ ধরনের
বাঙালি পরিষদের বিজয়া সম্মেলনে উপস্থিত হয়ে সাংসদ পরিমল শুক্লাবদ্ধ নিজের মন্তব্য বলেন এই ধরনের
Video 14
হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত উপস্থিত মন্ত্ৰী কৃষ্ণেন্দু পাল।।

হোজাই জিলাখনৰ জল জীৱন মিছন ২.০ আৰু এছ বি এম ২.০ সন্দৰ্ভত বিভাগীয় বিষয়া কৰ্মচাৰীৰ লগত পৰ্য্যালোচনা সভাত মিলিত হয় মন্ত্ৰী গৰাকী
আজি বিধায়ক শিলাদিত দেবৰ কলে কিয় তেওঁ বাঙালী পৰিষদ অসম যোগাদান কৰিছিল Shiladitya Dev Krishnendu Paul Krishnendu Paul LANKA TV LANKA TV Sushmita Dev Sushmita Dev
হোজাই গীতা আশ্রমে বাঙালি পরিষদের উদ্যোগে বিজয়া সম্মেলন অনুষ্ঠানে উপস্থিত সাংসদ সুস্মিতা দেব Shiladitya Dev Sushmita Dev Krishnendu Paul
লংকাৰ জোৰাপুখুৰীত হোজাই জিলা সমিতিৰ উদ্যোগত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ নৱম প্ৰতিষ্ঠা দিৱস উদযাপন।।
হোজাই গিতা আশ্ৰমত বঙালী পৰিষদৰ বিজয়া সন্মিলনৰ  উপস্থিত সাংসদ পৰিমল শুক্লবধ Shiladitya Dev Kamakhya Prasad Tasa Krishnendu Paul Silchar, Assam (Original Group)
আজি বাঙালী পৰিষদৰ বিজয়া সন্মিলনৰ কিছু ছবি
আজি বাঙালী পৰিষদৰ বিজয়া সন্মিলনৰ কিছু ছবি
হোজাই গীত আশ্রমে বাঙালি পরিষদের উদ্যোগে আজকে অনুষ্ঠিত হয় বিজয়া সম্মেলন এই সভাতে উপস্থিত হন আসাম সরকারের মন্ত্রী কৃষ্ণেন্দু পাল
Krishnendu Paul 
Shiladitya Dev @topfans Kamakhya Prasad Tasa LANKA TV
চৰকাৰী এক নিৰ্দেশনা অনুসৰি লংকা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড (BLOCK)
লামডিংলৈ হৱ হস্তান্তৰ ।।
সেইহে চৰকাৰী উক্ত নিৰ্দেশনাৰ বিৰোধিতাৰে আজি উলাই আহিল বৃহত্তৰ লংকাৰ সচেতন নাগৰিক।।
JK CEMENT কোম্পানীৰ মুৰব্বীৰ মন্তব্য