🔥 অসমত এতিয়া ছুপাৰহিট গীত— ‘লুঙিৰ তলত মেচিন গান’! 🎶
🎤 হাতত বিড়ি, মুখত পান,
লুঙিৰ তলত মেচিন গান!
এটা গীতক লৈ এতিয়া উত্তাল অসম! গীতৰ সুৰতকৈ যেন বিতৰ্কৰ সুৰহে বেছি জোৰে বাজিছে। বিভিন্ন দল-সংগঠনৰ গৰ্জন, প্ৰতিবাদ আৰু থানাই থানাই এজাহাৰ দাখিলৰ মাজতে চৰ্চাৰ শীৰ্ষত এই বিতৰ্কিত গীতটো।
🎵 গীত এটা, বিতৰ্ক হাজাৰটা!
কোনোৱে সুৰত মচগুল, কোনোৱে আকৌ ক্ষোভত অগ্নিশৰ্মা!
অসমত এতিয়া প্ৰশ্ন এটাই— গীতটোৱে ৰাইজক মনোৰঞ্জন দিছে নে বিতৰ্কৰ নতুন অধ্যায় মেলিছে?
#AssamNews #ViralSong #অসমৰ_খবৰ #বিতৰ্কিত_গীত #trendingnews #vairalvideo #viralpost
Nagaon, Nagaon | Nov 2, 2026