ধিঙৰ সৰু ৰাধাআটিত ভতিজা বোৱাৰীৰ প্ৰেমত বিয়াকোল খুড়া শহুৰ আব্দুল গফুৰ
সাত সাগৰ তেৰ নদীৰ সিপাৰে কৰ্মসূত্ৰে থাকে বোৱাৰী গৰাকীৰ স্বামী।
স্বামী ঘৰত নথকাৰ সুযোগ লৈ বোৱাৰীগৰাকীৰ প্ৰতি অসৎ উদ্দেশ্য পোষণ কৰিছিল খুড়া শহুৰ আব্দুল গফুৰে।
বোৱাৰীগৰাকীৰ অভিযোগ, খুড়া শহুৰৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ পিছৰে পৰা দুয়োৰে মাজত সৃষ্টি হৈছিল বিবাদ। আনকি, ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৱাৰ ভাঙি অসৎ উদ্দেশ্যেৰে প্ৰৱেশ কৰাৰ লগতে ধৰ্ষণৰ অপচেষ্টা চলোৱা আৰু শাৰীৰিক নিৰ্যাতন তথা মাৰপিট কৰাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বোৱাৰীগৰাকীয়ে।
#viralreels #todaybestphoto #photooftheday #photography #Assam
Nagaon, Nagaon | Nov 2, 2026