Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

বৰক্ষেত্ৰী: মুকালমুৱাত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সহযোগত জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাৱীত কংগ্ৰেছৰ "মমশিখা সমদল"

Barkhetri, Nalbari | Oct 9, 2025
সমগ্ৰ ৰাজ্যত অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্রৱ জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায় বিচাৰি আজি ও চলি আছে প্ৰতিবাদ । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত, বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত আমাৰ প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাৱীত "মমশিখা সমদল" কৰে । মুকালমুৱাস্থিত ৰাজীৱ ভৱনৰ পৰা মুকালমুৱা চকৰ মাজেৰে গৈ নাৰায়ণপুৰ চক হৈ পুনৰ ৰাজীৱ ভৱন উপস্থিত হয় ।

MORE NEWS