Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

🛑অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি বিৰাজ তালুকদাৰৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ‌ 🛑বিৰাজ তালুকদাৰৰ গৃহভূমি বৰভাগৰ কোটালকুছিত সম্পন্ন কৰা হয় প্ৰাক্তন ছাত্ৰ নেতা গৰাকীৰ অন্তিম সৎকাৰ 🛑বিৰাজ তালুকদাৰৰ মৃত্যুত এজেৱাইচিপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিজন বায়নৰ শোক প্ৰকাশ #AJYCP #exleader #birajtalukdar #passedaway

Nalbari, Nalbari | Jun 17, 2026

MORE NEWS

♦নলবাৰীৰ 'লগুণ' বিতৰ্কৰ অৱসান !
♦NEET পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থী প্ৰাচুৰ্য ভৰদ্বাজক ব্ৰাহ্মণ সমাজৰ ধৰ্মীয় প্ৰতীক 'লগুণ' খুলিবলৈ বাধ্য কৰোৱা দুই আৰক্ষীয়ে খুজিলে ক্ষমা
 ♦বিল্বেশ্বৰ দেৱালয়ত উপ আৰক্ষী বিষয়া কুসুম বসুমতাৰী আৰু কনিষ্টবল পৱন কলিতাই কৰিলে আত্মশুদ্ধি
#nalbarilaguncontroversy
#policeofficerbegpardon
#billweswar
#temple 
#neetexam 
#axombroadcast24

♦নলবাৰীৰ 'লগুণ' বিতৰ্কৰ অৱসান ! ♦NEET পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থী প্ৰাচুৰ্য ভৰদ্বাজক ব্ৰাহ্মণ সমাজৰ ধৰ্মীয় প্ৰতীক 'লগুণ' খুলিবলৈ বাধ্য কৰোৱা দুই আৰক্ষীয়ে খুজিলে ক্ষমা ♦বিল্বেশ্বৰ দেৱালয়ত উপ আৰক্ষী বিষয়া কুসুম বসুমতাৰী আৰু কনিষ্টবল পৱন কলিতাই কৰিলে আত্মশুদ্ধি #nalbarilaguncontroversy #policeofficerbegpardon #billweswar #temple #neetexam #axombroadcast24

Nalbari, Nalbari | Jun 23, 2026

♦বৰভাগৰ কালাগ ডাকঘৰৰ কাম-কাজ পুনৰ কালাগৰ পৰা আৰম্ভ কৰাৰ দাবীত সৰৱ স্থানীয় ৰাইজ 
♦ৰাইজৰ দাবী অক্ষুন্ন ৰাখিব লাগিব ডাকঘৰটোৰ পূৰ্বৰ মৰ্য্যাদা
♦ডাক বিভাগৰ নলবাৰী-বৰপেটা সংমণ্ডলৰ অধীক্ষকক দাবী সন্দৰ্ভত সাক্ষাৎ কৰিব আহি সৰৱ হৈ উঠিল দীৰ্ঘদিন ধৰি হাৰাশাস্তিৰ সন্মুখীন হৈ অহা সচেতন ৰাইজ
♦উল্লেখ্য যে বিগত এঘাৰ জানুৱাৰীৰ নিশা সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত জাহ গৈছিল শতিকা পূৰণি ডাকঘৰটো 
♦সম্প্ৰতি ডাকঘৰটোৰ কাম-কাজ কমাৰকুছি ডাকঘৰৰ পৰা চলি আছে
#nalbari 
#postoffice 
#kalag 
#restarting 
#demandbypeople 
#axombroadcast24

♦বৰভাগৰ কালাগ ডাকঘৰৰ কাম-কাজ পুনৰ কালাগৰ পৰা আৰম্ভ কৰাৰ দাবীত সৰৱ স্থানীয় ৰাইজ ♦ৰাইজৰ দাবী অক্ষুন্ন ৰাখিব লাগিব ডাকঘৰটোৰ পূৰ্বৰ মৰ্য্যাদা ♦ডাক বিভাগৰ নলবাৰী-বৰপেটা সংমণ্ডলৰ অধীক্ষকক দাবী সন্দৰ্ভত সাক্ষাৎ কৰিব আহি সৰৱ হৈ উঠিল দীৰ্ঘদিন ধৰি হাৰাশাস্তিৰ সন্মুখীন হৈ অহা সচেতন ৰাইজ ♦উল্লেখ্য যে বিগত এঘাৰ জানুৱাৰীৰ নিশা সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত জাহ গৈছিল শতিকা পূৰণি ডাকঘৰটো ♦সম্প্ৰতি ডাকঘৰটোৰ কাম-কাজ কমাৰকুছি ডাকঘৰৰ পৰা চলি আছে #nalbari #postoffice #kalag #restarting #demandbypeople #axombroadcast24

Nalbari, Nalbari | Jun 23, 2026

🛑বৰদৈচিলা থিয়েটাৰত মঞ্চস্থ হ'ব লগা গীতৰ অডিঅ'-ভিডিঅ' মুকলি 
🛑মুকলি কৰা হ'ল অভিজিৎ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত আৰু পৰিচালিত "মৰি যাম তোৰ বাবে" নাটকখনিৰ "একে একে দুই হ'ল" শীৰ্ষক গীতটি 
🛑গীতটিৰ কথা অভিজিৎ ভট্টাচাৰ্য আৰু অজয় ফুকনৰ 
🛑মহানগৰীৰ ৰাজগড়স্থিত মা ষ্টুডিঅ'ত মুকলি কৰা হয় গীতটিৰ অডিঅ'-ভিডিঅ'
#songrelease 
#theatre 
#bardoisila 
#axombroadcast24

🛑বৰদৈচিলা থিয়েটাৰত মঞ্চস্থ হ'ব লগা গীতৰ অডিঅ'-ভিডিঅ' মুকলি 🛑মুকলি কৰা হ'ল অভিজিৎ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত আৰু পৰিচালিত "মৰি যাম তোৰ বাবে" নাটকখনিৰ "একে একে দুই হ'ল" শীৰ্ষক গীতটি 🛑গীতটিৰ কথা অভিজিৎ ভট্টাচাৰ্য আৰু অজয় ফুকনৰ 🛑মহানগৰীৰ ৰাজগড়স্থিত মা ষ্টুডিঅ'ত মুকলি কৰা হয় গীতটিৰ অডিঅ'-ভিডিঅ' #songrelease #theatre #bardoisila #axombroadcast24

Nalbari, Nalbari | Jun 21, 2026

🛑অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি বিৰাজ তালুকদাৰৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ‌ 🛑বিৰাজ তালুকদাৰৰ গৃহভূমি বৰভাগৰ কোটালকুছিত সম্পন্ন কৰা হয় প্ৰাক্তন ছাত্ৰ নেতা গৰাকীৰ অন্তিম সৎকাৰ 🛑বিৰাজ তালুকদাৰৰ মৃত্যুত এজেৱাইচিপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিজন বায়নৰ শোক প্ৰকাশ #AJYCP #exleader #birajtalukdar #passedaway - Nalbari News