Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

বাক্সা: ভাৰতীয় জনতা পাৰ্টী, তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰিজুলী মণ্ডলৰ সভাপতি শংকৰ দাসক TCLCC ৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ

Baska, Baksa | Nov 9, 2025
ভাৰতীয় জনতা পাৰ্টী, তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰিজুলী মণ্ডলৰ সভাপতি শংকৰ দাসক TCLCC ৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে । নাগ্ৰিজুলী মণ্ডলৰ সভাপতি শংকৰ দাসে TCLCC ৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টী, তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰিজুলী গাওৰ ৰাইজে ধন্যবাদ জ্ঞাপন কৰে।

MORE NEWS