Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
mndr6277
গহপুৰৰ ডফলাগড়ত নৃশংস হত্যাকাণ্ড। জোঁৱায়েকৰ দাৰ ঘাপত প্ৰান গল শাশুৱেকৰ। #public #friends #highlights #news #viral #reels #everyone #facebook #police #biswnath #crime #Gohpur
Helem, Biswanath
| Jul 12, 2026
#public
#friends
#highlights
#news
#viral
#reels
#everyone
#facebook
#police
#biswnath
#crime
#gohpur
MORE NEWS
সকলোৱে আশীৰ্বাদ ও অভিনন্দন জনাওক। TMPK ৰ সাধাৰণ সম্পাদক হিচাপে পুনৰ নিৰ্বাচিত হৈ চান দঃঞি পাংগিং ৰ প্ৰথম প্ৰতিক্ৰিয়া। #public #friends #highlights #news #viral #reels #highlights #news #viral #reels #everyone #facebook
Helem, Biswanath | Jul 13, 2026
অসম চাহ জনজাতি ছাত্ৰ সন্থা হেলেমৰ হাহাৰা পথাৰ প্ৰাথমিক গোটৰ উদ্যোগত সজাগতা সভা সম্পন্ন। ,সভাপতি অনিছ চাহু সম্পাদক আদিত্য বেদিয়াৰ নেতৃত্বত বাল্য বিবাহ বন্ধ কৰা , মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰা ,শিশু শ্ৰমিক বন্ধ কৰা ড্ৰাস্ক সেৱন প্ৰতিৰোধ কৰা আদি সমাজৰ ব্যাধি সমুহ নাইকিয়া কৰিবলৈ হাহাৰা পথাৰত এক সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে বিশ্বনাথ জিলাৰ ATTSA ৰ প্ৰচাৰ সম্পাদক বিজয় গোৱালা ,গহপুৰ শাখাৰ সভাপতি আভিৰাম জাৰিয়া সহকাৰী সম্পাদক আনন্দ নাগ,হেলেম প্ৰাথমিক গোটৰ সভাপতি দেৱ কান্ত তাঁতী,সম্পাদক ৰিন্টো বৰাইক,ATTWA ৰ মাইনা মানকি AAWA বিনজা হৰ,জ্যোস্না জজৱাৰ,মেনকা মাহত্ব গাওঁ প্ৰধান গোলাপ সিং আদি কৰি বহু গণ্য মান্য ব্যক্তি সকলৰ উপস্থিতিত সজাগতা সভা খন সফল ৰূপায়ন কৰা হয়। #public #friends #highlights #news #viral #reels #everyone #facebook #AATSA
Helem, Biswanath | Jul 13, 2026
লক্ষীমপুৰৰ বঙালমৰাত পথ অৱৰোধ। নিলোৎপল মিলি নামৰ যুৱকৰ ৰহস্যজনক ভাৱে মৃত্যু । লখিমপুৰৰ বঙালমৰাত যুৱকৰ মৃত্যুক লৈ তীব্ৰ উত্তেজনা ৷ চেচাত লগৰীয়াৰ সৈতে বনভোজ খাবলৈ যোৱা নিলোৎপল মিলি নামৰ যুৱক জনৰ ৰহস্যজনক মৃত্যুক লৈ উত্তাল প্ৰতিবাদ ৰাইজৰ৷ দেওবাৰে নিশাই মৃতদেহ স্কুটিত উঠাই বঙালমৰা আৰক্ষী চকীত চমজাই দিয়ে লগৰীয়া কেইজনে৷ পৰিয়ালে নজনাক নিশাই মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ অভিযোগ পৰিয়ালৰ৷ বঙামৰাত পথ অৱৰোধেৰে ৰাইজৰ প্ৰতিবাদ৷ যুৱক জন উচ্চতৰ মাধ্যমিক পৰীক্ষাত এইবাৰ উত্তীৰ্ণ হৈছিল৷ #public #friends #highlights #news #viral #reels #everyone #facebook #police
Helem, Biswanath | Jul 13, 2026
হেলেমৰ মিছামাৰীত পথ দুৰ্ঘটনা। গুৰুত্বৰ ভাৱে আহত যোগেন গগৈক চিকিৎসালয় লৈ নিয়াৰ পথত মৃত্যু। #public #friends #highlights #news #viral #reels #everyone #facebook #police
Helem, Biswanath | Jul 13, 2026
!!!!!! এইয়া মহানগৰ নে মহাসাগৰ!!!!! উজনি অসমৰ পৰা গুৱাহাটীলৈ যাবলৈ এশবাৰ ভাবক। #public #friends #highlights #news #viral #reels #everyone #facebook
Helem, Biswanath | Jul 13, 2026