অসম চাহ জনজাতি ছাত্ৰ সন্থা হেলেমৰ হাহাৰা পথাৰ প্ৰাথমিক গোটৰ উদ্যোগত সজাগতা সভা সম্পন্ন। ,সভাপতি অনিছ চাহু সম্পাদক আদিত্য বেদিয়াৰ নেতৃত্বত বাল্য বিবাহ বন্ধ কৰা , মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰা ,শিশু শ্ৰমিক বন্ধ কৰা ড্ৰাস্ক সেৱন প্ৰতিৰোধ কৰা আদি সমাজৰ ব্যাধি সমুহ নাইকিয়া কৰিবলৈ হাহাৰা পথাৰত এক সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে বিশ্বনাথ জিলাৰ ATTSA ৰ প্ৰচাৰ সম্পাদক বিজয় গোৱালা ,গহপুৰ শাখাৰ সভাপতি আভিৰাম জাৰিয়া সহকাৰী সম্পাদক আনন্দ নাগ,হেলেম প্ৰাথমিক গোটৰ সভাপতি দেৱ কান্ত তাঁতী,সম্পাদক ৰিন্টো বৰাইক,ATTWA ৰ মাইনা মানকি AAWA বিনজা হৰ,জ্যোস্না জজৱাৰ,মেনকা মাহত্ব গাওঁ প্ৰধান গোলাপ সিং আদি কৰি বহু গণ্য মান্য ব্যক্তি সকলৰ উপস্থিতিত সজাগতা সভা খন সফল ৰূপায়ন কৰা হয়।
#public #friends #highlights #news #viral #reels #everyone #facebook #AATSA