Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

সৰ্থেবাৰী: বেছিমাৰী গাঁৱত পিতৃয়ে পাঁচ বছৰীয়া শিশু কন্যাক হত্যা কৰাৰ অভিযোগ, হত্যাৰ সন্দেহত আৰক্ষীয়ে আটক কৰে পিতৃক

Sarthebari, Barpeta | Sep 9, 2025
সৰ্থেবাৰীত পিতৃয়ে পাঁচ বছৰীয়া শিশু কন্যাক হত্যা কৰাৰ অভিযোগ পিতৃৰ বিৰুদ্ধে ৷ এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অধীনৰ বেছিমাৰী গাঁৱত ৷ নিশা শুই থকা অৱস্থাতে পিতৃয়ে নিজ কন্যা পল্লবী মণ্ডলক হত্যা কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ সুৰাসক্ত পিতৃৰ হাতত কন্যা সন্তানক হত্যাৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ সৰ্থেবাৰী অঞ্চল ৷ সৰ্থেবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে আটক কৰিছে হত্যাৰ সন্দেহত পিতৃ মনেশ্বৰ মণ্ডলক ৷
সৰ্থেবাৰী: বেছিমাৰী গাঁৱত পিতৃয়ে পাঁচ বছৰীয়া শিশু কন্যাক হত্যা কৰাৰ অভিযোগ, হত্যাৰ সন্দেহত আৰক্ষীয়ে আটক কৰে পিতৃক - Sarthebari News