Public App Logo
"'বন্দে মাতৰম'ক যদি ছোনিয়া গান্ধীয়ে অপমান কৰিছে তেন্তে বি জে পিয়ে গোচৰ তৰিব লাগে। এনেই বিতৰ্ক কৰি থাকি লাভ নাই।" জন সূৰয পাৰ্টিৰ মুৰব্বী তথা বিহাৰৰ বাংকিপুৰৰ নৱ নিৰ্বাচিত বিধায়ক প্ৰশান্ত কিশোৰৰ মন্তব্য। - Assam News