📌 পাটাছাৰকুছিত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দু*ৰ্ঘটনা, মাতৃৰ মৃ*ত্যু
তীব্ৰবেগী বাইকৰ খু*ন্দাত নিহত ৰিনা দেৱী, গুৰুতৰভাৱে আহত কন্যা পাপৰি দেৱী
দু*ৰ্ঘটনা সংঘটিত কৰিয়েই বাইক আৰোহীৰ পলায়নৰ অভিযোগ, কঠোৰ ব্যৱস্থাৰ দাবী আত্মীয়ৰ
#NewsUpdate #AssamNews #PrimeNews #PrimeNews24