Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

ৰঙিয়া ভাগ: ৰঙিয়া হিন্দী হাইস্কুলৰ খেলপথাৰত ৰঙিয়া ক্ৰিকেট একাডেমীৰ উদ্যোগত আয়োজিত ৰঙিয়া টি-২০ কাপ-২০২৫ প্ৰতিযোগিতাত উপস্থিত বিধায়ক

Rangia Part, Kamrup | Sep 26, 2025
ৰঙিয়া হিন্দী হাইস্কুলৰ খেলপথাৰত ৰঙিয়া ক্ৰিকেট একাডেমীৰ উদ্যোগত আয়োজিত ৰঙিয়া টি-২০ কাপ-২০২৫ প্ৰতিযোগিতা খনৰ শুক্ৰবাৰে বিয়লি প্ৰায় পাঁচ মান বজাত শেষৰ দিনটোৰ ফাইনেল খেলত খেলুৱৈ সকলক উৎসাহ যোগোৱাৰ উদ্দেশ্য উপস্থিত থাকে বিধায়ক ভবেশ কলিতা ।লগতে বিজয়ী দলক ট্ৰফী প্ৰদান কৰি সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে ।

MORE NEWS

ৰঙিয়া ভাগ: ৰঙিয়া হিন্দী হাইস্কুলৰ খেলপথাৰত ৰঙিয়া ক্ৰিকেট একাডেমীৰ উদ্যোগত আয়োজিত ৰঙিয়া টি-২০ কাপ-২০২৫ প্ৰতিযোগিতাত উপস্থিত বিধায়ক - Rangia Part News