Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

ৰঙিয়া ভাগ: Swachhata Hi Seva2025 ৰ অংশ হিচাপে ৰঙিয়া সংমণ্ডলৰ উদ্যোগত বিষয়া আৰু কৰ্মচাৰীৰ এক সমদল উলিয়ায়

Rangia Part, Kamrup | Sep 26, 2025
Swachhata Hi Seva2025 ৰ অংশ হিচাপে শুক্ৰবাৰে বিয়লি প্ৰায় এক মান বজাত ৰঙিয়া সংমণ্ডলৰ উদ্যোগত বিষয়া আৰু কৰ্মচাৰীৰ উৎসাহী অংশগ্ৰহণেৰে এক সমদল উলিওৱা হয়। ৰেলৱে কৰ্মচাৰীৰ মাজত সুস্থ জীৱনশৈলী গঢ়ি তোলা আৰু পৰিৱেশৰ যত্ন আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত সজাগতা বিয়পোৱাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হয়।

MORE NEWS