Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
भारत
भाजपा
मुख्यमंत्री
Congress
Modi
Delhi
Viral
शिक्षा
शराब
पेट्रोल
Up
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Nsui
Pmmodi
Ipl
Rahulgandhi
यूपी
Pm

ৰঙিয়া ভাগ: ৰঙিয়াত মৌন সমদল কৰি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰঙিয়াবাসীৰ, সহস্ৰাধিক লোকৰ অংশগ্ৰহণ মৌন সমদলত

Rangia Part, Kamrup | Sep 23, 2025
মঙলবাৰে নিশা ৰঙিয়াত মৌন সমদল কৰি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰঙিয়াবাসীৰ। সহস্ৰাধিক লোকৰ অংশগ্ৰহণ মৌন সমদলত।শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ গ্ৰেপ্তাৰৰ দাবী।ৰঙিয়াৰ চোচাইটি মুৰাৰাৰ পৰা আৰম্ভ হোৱা এই মৌন সমদল নগৰৰ মূল পথসমূহৰ মাজেৰে সমদল উলিয়ায়।শিশুৰ পৰা বৃদ্ধলৈ সহস্ৰাধিক লোকে হাতে হাতে জ্বলন্ত মমবাতি লৈ এই শোকযাত্ৰাত অংশগ্ৰহণ কৰে।

MORE NEWS