Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर

#assam: Akhil Gogoi has launched ‘A Helping Hand’, a dedicated mobile application aimed at supporting flood-affected people in Sivasagar. The app is designed to connect victims with volunteers and facilitate quicker access to relief, assistance, and essential services during the ongoing flood crisis.

Assam, India | Aug 12, 2026

MORE NEWS

বিশ্বনাথত ২৩টা গৰুসহ বাহন জব্দ

বিশ্বনাথত নিষ্ঠুৰ আৰু অমানৱীয়ভাৱে গৰু পৰিবহণৰ অভিযোগত আৰক্ষীয়ে ২৩টা গৰুসহ এখন বাহন জব্দ কৰে।  বিশেষ সূত্ৰৰ পমখেদি ASI জানমণি দাসৰ নেতৃত্বত আৰক্ষীৰ দলে ৰতোৱা টোল প্লাজাত নাকা তালাচী চলাই AS12CC6155 নম্বৰৰ বাহনখন আটক কৰাৰ লগতে আব্দুল চাতাৰ , চাইফুল ইছলাম ছয়দুল ৰহমান,আৰু আমিৰ আলী  নামৰ চাৰিজন ব্যক্তিক আটক কৰিছে।

#public #friends #highlights #news #viral #reels #everyone #facebook #police #biswnath #crime #Gohpur #barta24x7

বিশ্বনাথত ২৩টা গৰুসহ বাহন জব্দ বিশ্বনাথত নিষ্ঠুৰ আৰু অমানৱীয়ভাৱে গৰু পৰিবহণৰ অভিযোগত আৰক্ষীয়ে ২৩টা গৰুসহ এখন বাহন জব্দ কৰে। বিশেষ সূত্ৰৰ পমখেদি ASI জানমণি দাসৰ নেতৃত্বত আৰক্ষীৰ দলে ৰতোৱা টোল প্লাজাত নাকা তালাচী চলাই AS12CC6155 নম্বৰৰ বাহনখন আটক কৰাৰ লগতে আব্দুল চাতাৰ , চাইফুল ইছলাম ছয়দুল ৰহমান,আৰু আমিৰ আলী নামৰ চাৰিজন ব্যক্তিক আটক কৰিছে। #public #friends #highlights #news #viral #reels #everyone #facebook #police #biswnath #crime #Gohpur #barta24x7

Helem, Biswanath | Aug 17, 2026

গৰু সৰবৰাহৰ নতুন নতুন কৌশল। তেলৰ টেংকাৰ, পাচলি ভৰ্তি ট্ৰাকত গৰু সৰবৰাহৰ পাছত এইবাৰ গেছ চিলিণ্ডাৰ ভৰ্তী ট্ৰাকত ওলাল গৰু।

#public #friends #highlights #news #viral #reels #everyone #facebook #police #biswnath #crime #Gohpur #barta24x7

গৰু সৰবৰাহৰ নতুন নতুন কৌশল। তেলৰ টেংকাৰ, পাচলি ভৰ্তি ট্ৰাকত গৰু সৰবৰাহৰ পাছত এইবাৰ গেছ চিলিণ্ডাৰ ভৰ্তী ট্ৰাকত ওলাল গৰু। #public #friends #highlights #news #viral #reels #everyone #facebook #police #biswnath #crime #Gohpur #barta24x7

Helem, Biswanath | Aug 17, 2026

বিশ্বনাথ: ৰতোৱাত মেক্সিম’ আৰু গ্লেমাৰ বাইকৰ মাজত ভয়ংকৰ দুৰ্ঘটনা

বিশ্বনাথ: ৰতোৱাত মেক্সিম’ আৰু গ্লেমাৰ বাইকৰ মাজত ভয়ংকৰ দুৰ্ঘটনা

Biswanath, Biswanath | Aug 17, 2026