♦️সোণাৰিত বন্যহস্তীৰ উপদ্ৰৱ: বলৰাম ঠাকুৰৰ ঘৰ ৬ষ্ঠবাৰলৈ ভাঙিল, কথমপি প্ৰাণৰক্ষা পৰিয়ালৰ
♦️দুটা দিনত ৭ টা ঘৰ ধ্বংস, ৬ বাৰকৈ সৰ্বস্ব হেৰুৱাইও ক্ষতিপূৰণহীন দৰিদ্ৰ পৰিয়াল
♦️গোৱালাপথাত বন্যহস্তীৰ ত্ৰাস: বন বিভাগৰ নিষ্ক্ৰিয়তাত ক্ষুব্ধ ৰাইজ, সাহায্যৰ দাবীত হাহাকাৰ
♦️আকৌ ভাঙিল বলৰাম ঠাকুৰৰ ঘৰ: সোণাৰিত বন্যহস্তীৰ তাণ্ডৱত আতংকিত ৰাইজ
♦️হাতীৰ আ/ক্ৰ/ম/ণত দুটা দিনত ধ্বংস সোণাৰিৰ ৭ টা বাসগৃহ: ক্ষতিপূৰণৰ পৰা বঞ্চিত ভূক্তভোগী পৰিয়াল