♦️সাপেখাটীত ৩৭ লাখ টকাৰ সুৰা চুৰি! ১২ ঘণ্টাৰ ভিতৰত সমগ্ৰ ঘটনাৰ ৰহস্য ফাদিল চৰাইদেউ আৰক্ষীৰ।
♦️চৰাইদেউ আৰক্ষীৰ ফাষ্ট এক্সন: সাপেখাটীৰ গুদামৰ পৰা উধাও ৩৭ লাখৰ সুৰা, যোৰহাট-খোৱাং অতিক্ৰম কৰি চাৰিওপিনে আৰক্ষীৰ জাল: আটক ৪ ।
♦️সুৰা ভৰ্তি ট্ৰাক লৈ উধাও চালক: আৰক্ষীৰ জালত ৪ অভিযুক্তসহ জব্দ চুৰি সুৰা।