Public App Logo
Profile Picture

Charaideo Updates

@charaideoupdates
519Followers
1Following
♦️​"বেল বৰণৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা মা দুৰ্গা": ♦️ঘণ্টা-শংখৰ ধ্বনিৰে মুখৰিত সোণাৰিৰ পূজা মণ্ডপসমূহ
♦️​সোণাৰি ভজো তিনিআলিত জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ দ্বাৰা দুৰ্গাপূজা মণ্ডপ উদ্বোধন; 
♦️উপস্থিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, আৰক্ষী অধীক্ষক সুৰজিত সিং পানেছৰ।
♦️কণ-কণ শিশুৰ ভৱিষ্যত সুদৃঢ় কৰাৰ লক্ষ্য: সোণাৰিত মুকলি হ’ল আধুনিক অংগনৱাড়ী কেন্দ্ৰ।
♦️​প্ৰাক-প্ৰাথমিক শিক্ষা আৰু পুষ্টিৰ নতুন আশা: সোণাৰিত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন।

<nis:link nis:type=tag nis:id=foryou nis:value=foryou nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=facebookreels nis:value=facebookreels nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=trandingreels nis:value=trandingreels nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=nonflowers nis:value=nonflowers nis:enabled=true nis:link/>
♦️চাহ উদ্যোগত ব্যৱস্থাপনা আৰু শ্ৰমিকৰ নতুন সেতু: বৰপাত্ৰ বাগিচাত নাইজেল ডিচোজাৰ প্ৰেৰণাদায়ী পদক্ষেপ।
​♦️​AC ৰুম এৰি হাতত জাবি ল'লে গুড্ৰিক গ্ৰুপৰ শীৰ্ষ বিষয়াই! চৰাইদেউৰ বৰপাত্ৰ বাগিচাত এক অভূতপূৰ্ব দৃশ্য...
♦️​প্ৰতিকূলতাক নেওচি শ্ৰমিকৰ কাষত: দিনটোত ৩৩ কেজি চাহ পাত চিঙি সংবাদ শিৰোনামত নাইজেল ডিচোজা।

<nis:link nis:type=tag nis:id=foryou nis:value=foryou nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=facebookreels nis:value=facebookreels nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=trandingreels nis:value=trandingreels nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=nonflowers nis:value=nonflowers nis:enabled=true nis:link/>
♦️উচ্চশিক্ষাৰ দিশত নতুন আশা: 
♦️সোণাৰিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ হাতেৰে 'নিযুত মইনা' আৰু 'নিযুত বাবু'ৰ চেক প্ৰদান।

অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত ৰূপায়িত 'মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি' আৰু 'মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি'ৰ প্ৰথম কিস্তিৰ চেক বিতৰণ অনুষ্ঠান সোণাৰিত সাফল্যমণ্ডিতভাৱে সম্পন্ন হয়। উক্ত অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে প্ৰথম কিস্তিৰ চেকসমূহ বিতৰণ কৰে।
​সোণাৰি মহাবিদ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈ, অতিৰিক্ত আয়ুক্ত উৰ্বশী চেতিয়া, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য গিৰিণ গগৈ, বিশিষ্ট সমাজকৰ্মী নাৰায়ণ লাহনৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু বৃহৎ সংখ্যক শিক্ষাৰ্থী উপস্থিত থাকে।
​অনুষ্ঠানত বক্তব্য ৰাখি বিধায়কগৰাকীয়ে প্ৰকাশ কৰে যে এই যুগান্তকাৰী আঁচনিসমূহে শিক্ষাৰ্থীসকলৰ আৰ্থিক বাধা অতিক্ৰম কৰি উচ্চশিক্ষা গ্ৰহণত নতুন উৎসাহ যোগাব। ৰাজ্যখনৰ শৈক্ষিক বিকাশ আৰু যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীল তথা আত্মবিশ্বাসী কৰি গঢ়ি তোলাৰ দিশত এই পদক্ষেপে এক সুদৃঢ় ভেটি স্থাপন কৰিব বুলিও আশা প্ৰকাশ কৰা হয়।

<nis:link nis:type=tag nis:id=foryou nis:value=foryou nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=facebookreels nis:value=facebookreels nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=trandingreels nis:value=trandingreels nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=nonflowers nis:value=nonflowers nis:enabled=true nis:link/>
♦️সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত সেৱা সংকল্প অভিযান: ♦️ছাত্ৰ-ছাত্ৰীৰ পুষ্টি সুনিশ্চিত কৰা কৰ্মীসকললৈ মুখ্যমন্ত্ৰীৰ অৰ্থনৈতিক সাহাৰ্য প্ৰদান কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
🟥সোণাৰিত ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ‘খেল মহাৰণ ৩.০’; পঞ্জীয়ন প্ৰক্ৰিয়া অব্যাহত। 
🟥ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাক উলিয়াই আনিবলৈ চৰকাৰে গ্ৰহণ কৰা এক মহত্বপূৰ্ণ পদক্ষেপ তথা জনপ্ৰিয় ক্ৰীড়া মহোৎসৱ ‘খেল মহাৰণ ৩.০’ এইবাৰ নতুন ৰূপত অনুষ্ঠিত হ’ব।  অহা ৭ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে। এইবাৰৰ খেল মহাৰণত ক্ৰীড়া প্ৰেমীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ১২ বছৰৰ তলৰ খেলুৱৈসকলৰ বাবে ‘শিশু ক্ৰীড়া সমাৰোহ’কে ধৰি বিভিন্ন শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ৯ বছৰৰ শিশুৰ পৰা আৰম্ভ কৰি বয়স্কসকললৈকে সকলোৱে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ এই সুবৰ্ণ সুযোগ গ্ৰহণ কৰিব পাৰিব।
🟥ইতিমধ্যে এই প্ৰতিযোগিতাৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। চৰাইদেউ জিলাৰ আয়ুক্ত ড৹ নেহা যাদৱে জিলাখনৰ প্ৰতিগাকী খেলুৱৈক এই পঞ্জীয়ন প্ৰক্ৰিয়াত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে। গাঁৱৰ খেলপথাৰৰ পৰা প্ৰতিভাশালী খেলুৱৈসকলক উলিয়াই আনি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবঢ়াই নিয়াৰ লক্ষ্যৰে আয়োজিত এই খেল মহাৰণে যুৱ প্ৰজন্মৰ মাজত এক নতুন উৎসাহৰ সৃষ্টি কৰিছে।

পঞ্জীয়ন 👇👇👇👇👇

khelmaharan.com/khel

<nis:link nis:type=tag nis:id=foryou nis:value=foryou nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=facebookreels nis:value=facebookreels nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=trandingreels nis:value=trandingreels nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=nonflowers nis:value=nonflowers nis:enabled=true nis:link/>
♦️অসমৰ বান সমস্যা সমাধানৰ বাবে কেন্দ্ৰৰ ৮৪৩ কোটি টকাৰ বিশেষ সাহায্য; প্ৰথম কিস্তিৰ ৩৭৯ কোটি টকা মুকলি। 
♦️সাংসদ যোগেন মহনে ৰাজ্যসভাত উত্থাপন কৰিছিল বিষয়টো।

<nis:link nis:type=tag nis:id=foryou nis:value=foryou nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=facebookreels nis:value=facebookreels nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=trandingreels nis:value=trandingreels nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=nonflowers nis:value=nonflowers nis:enabled=true nis:link/>
সোণাৰিত আৰক্ষীৰ সফলতা: ড্ৰা/গ/ছ সৰবৰাহ আৰু চু/ৰি কাৰ্যৰ সৈতে জড়িত থকা অভিযোগত প্ৰদীপ খেৰোৱাক আ/ট/ক।

<nis:link nis:type=tag nis:id=foryou nis:value=foryou nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=facebookreels nis:value=facebookreels nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=trandingreels nis:value=trandingreels nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=nonflowers nis:value=nonflowers nis:enabled=true nis:link/>
♦️​‘খেল মহাৰণ ৩.০’ৰ সফল ৰূপায়ণৰ লক্ষ্য: 
♦️জিলা আয়ুক্তৰ কাৰ্যালয়ত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু সূৰুজ দিহিঙীয়াৰ উপস্থিতিত গুৰুত্বপূৰ্ণ বৈঠক

<nis:link nis:type=tag nis:id=foryou nis:value=foryou nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=facebookreels nis:value=facebookreels nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=trandingreels nis:value=trandingreels nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=nonflowers nis:value=nonflowers nis:enabled=true nis:link/>
♦️বান সাহায্যৰ নামত ব্যাপক খেলিমেলিৰ অভিযোগ! ন্যায় বিচাৰি জিলা আয়ুক্তলৈ থুকুবিলৰ বঞ্চিত বানাক্ৰান্তৰ স্মাৰক পত্ৰ প্ৰদান।
🪔চফ্ৰাই পঞ্চায়তৰ প্ৰাক্তন সভাপতি টুনীৰাম দাসৰ পৰলোকপ্ৰাপ্তি; সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ।
♦️​বিজেপিৰ একনিষ্ঠ কৰ্মী তথা চফ্ৰাই পঞ্চায়তৰ প্ৰাক্তন সভাপতি টুনীৰাম দাস আৰু নাই।
♦️​চিকিৎসালয়লৈ নিয়াৰ পথতে দেহাৱসান ঘটিল চফ্ৰাইৰ সমাজকৰ্মী টুনীৰাম দাসৰ।
♦️চৰাইদেউত জাতীয়তাবাদী যুৱ পৰিষদৰ ৭০ সংখ্যক বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন।
🛺 সোণাৰিবাাসীৰ বাবে সুবৰ্ণ সুযোগ! পূজা আৰু ধনতেৰাছত টিভিএছ থ্ৰী-হুইলাৰত আকৰ্ষণীয় বাম্পাৰ অফাৰ, আজিয়েই ক্ৰয় কৰক আপোনাৰ পছন্দৰ বাহনখন! 🎉✨

🌟 TVS Three Wheeler-ৰ দূৰ্গা বাম্পাৰ অফাৰ! 🌟
কম মূল্য, অধিক মজবুতী আৰু বেছি মাইলেজৰ সৈতে আজিৱন ভৰসা!

বাহনৰ সৈতে লাভ কৰক বিশেষ ফ্ৰী চাৰ্জিং সুবিধা।

আছে আধুনিক ৩ টা ড্ৰাইভ মুড: ইকো (Eco), চিটি (City) আৰু পাৱাৰ (Power) মুড।

উন্নত সুৰক্ষা: জিপিএছ কেমেৰা (GPS Camera) আৰু হিল হ’ল্ড এছিষ্ট (Hill Hold Assist)।
📍  ঠিকনা -TVS Three Wheeler শ্ব’ৰুম
সুৰুজ নগৰ, ৱাৰ্ড নং ১৬, সোণাৰি।

📞 যোগাযোগ নম্বৰ:

9435132079 / 8822697370
♦️বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত সোণাৰি তিনিআলি দুৰ্গা পূজা সমিতিৰ সংবাদমেল; প্ৰস্তুতিৰ পৰিক্ৰমা আলোকপাত।
♦️নামতোলাত আৰক্ষীৰ অভিযান: বুজন পৰিমাণৰ ড্ৰা/গ/ছ/সহ তিনি সৰবৰাহকাৰী গ্ৰে/প্তা/ৰ।
♦️​নগালেণ্ডৰ পৰা চৰাইদেউলৈ ড্ৰা/গ/ছ সৰবৰাহৰ চক্ৰ ফাদিল; আটক তিলক ৰায়সহ তিনিজন।
♦️​অসম-নগালেণ্ড সীমান্তত আৰক্ষীৰ সফলতা।
<nis:link nis:type=tag nis:id=charaideo nis:value=Charaideo nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=sonari nis:value=sonari nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assamnews nis:value=AssamNews nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=hilights nis:value=hilights nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=followersreels nis:value=followersreels nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=nonfollowersviewers nis:value=nonfollowersviewers nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assampolice nis:value=AssamPolice nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=sonaripolice nis:value=sonaripolice nis:enabled=true nis:link/>
♦️মাহমৰাত অসমীয়া যুৱ মঞ্চৰ উদ্যোগত ব্যাপক প্ৰস্তুতি: ♦️২৪ নৱেম্বৰত জজলীহাবিত উদযাপন হ’ব 'লাচিত দিৱস'। 
♦️চৰাইদেউ জিলা অসমীয়া যুৱ মঞ্চৰ উদ্যোগত মাহমৰাত লাচিত দিৱস উদযাপন সমিতি গঠন।
♦️কেৰেলাত কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ চৰাইদেউৰ যুৱকৰ মৃ/ত্যু
♦️​সাপেখাতীৰ পৰীক্ষিত গগৈৰ কেৰেলাত কৰুণ মৃ/ত্যু: পৰিয়ালত কান্দোনৰ ৰোল
♦️চৰাইদেউ আৰক্ষীৰ তৎপৰতা: মিছন বসুন্ধৰাৰ প্ৰৱঞ্চনাৰ মাষ্টাৰমাইণ্ড চাৰিদুৱাৰৰ পৰা আটক।
♦️ মিছন বসুন্ধৰাৰ নামত লাখ লাখ টকা ঠগা প্ৰৱঞ্চক দলৰ মূল নায়ক ইছলামুদ্দিন তেজপুৰত গ্ৰেপ্তাৰ
💥🛞 এই দুৰ্গাপূজা আৰু ধনতেৰাছত Yamaha বাইকেৰে সজাই তুলক আপোনাৰ প্ৰতিটো যাত্ৰা! 💥🔥

​🚀🏁 ষ্টাইল, পাৰফৰ্মেন্স আৰু আধুনিক প্ৰযুক্তিৰ যুগলবন্দী— এতিয়া সোণাৰিৰ Khan Motors-ত! 📍✨

​💥🛞 এই দুৰ্গাপূজা আৰু ধনতেৰাছত Yamaha বাইকেৰে সজাই তুলক আপোনাৰ প্ৰতিটো যাত্ৰা! 💥🔥

🏍️ Yamaha 
Sonari Khan Motors 
📍 [সোণাৰিৰ বৰাহী চাৰিআলি, টাওকাক দলংৰ সমিপত]

যোগাযোগ-9435132079, 8822697370
🪔 দুৰ্গোৎসৱৰ আনন্দ দুগুণ কৰক! সোণাৰিৰ মাৰুতি চুজুকি এৰেনাত লাভ কৰক বিশেষ কেচ ডিচকাউণ্ট! 🎊🚙

​🎉 এই শাৰদীয়াত সপোনৰ গাড়ী ঘৰলৈ আনক! মাৰুতি চুজুকি এৰেনাত চলি আছে দুৰ্গোৎসৱৰ বিশেষ অফাৰৰ সৈতে আকৰ্ষণীয় কেচ ডিচকাউণ্ট! 🚗✨

🤝স্থান: বৰাহী চাৰিআলি (Axis Bank ৰ সন্মুখত), সোণাৰি।
​যোগাযোগ: 7002947853
🚜 পূজাৰ ডাঙৰ ধামাকা! মহিন্দ্ৰা ট্ৰেক্টৰ ক্ৰয়ত ২,০০,০০০/- টকা পৰ্যন্ত নগদ ৰেহাই! 🎁✨
​🪔 চৰাইদেউবাসীৰ বাবে মহিন্দ্ৰা ট্ৰেক্টৰৰ বিশেষ পূজা উপহাৰ! 🎉🚜
​🌾 সুৰেকা ট্ৰেক্টৰত পূজাৰ মহা-অফাৰ! নগদ ৰেহাইৰ লগতে আকৰ্ষণীয় উপহাৰ! 💥🎁
​🎊 এই পূজাত আপোনাৰ সপোনৰ মহিন্দ্ৰা ট্ৰেক্টৰ ঘৰলৈ আনক বম ধামাকা ৰেহাইৰ সৈতে! 🚜🌾
​✨ শুভ পূজাত লওক সমৃদ্ধিৰ সংগী! সুৰেকা ট্ৰেক্টৰত পাওক ২,০০,০০০/- টকাৰ Cash Discount! 🎁🚜

যোগাযোগ- 9435049124
♦️সোণাৰি ৰাজীৱ ভৱনত কংগ্ৰেছ-অসম জাতীয় পৰিষদৰ যৌথ সংবাদমেল: 
♦️নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক গ্ৰেপ্তাৰৰ দাবী।
🟥বিশিষ্ট অভিনেতা নানা পাটেকাৰৰ দেহাৱসান। 
🟥৭৫ বছৰ বয়সত গোৱাৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে। 
🟥আজি পুৱা ৫:২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে পাটেকাৰে।  
🟥হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃ*ত্যু অভিনেতাজনৰ।
♦️জনসমুদ্ৰলৈ ৰূপান্তৰিত সোণাৰি: 'সেৱা সংকল্প অভিযান'ৰ অংশ হিচাপে অনুষ্ঠিত 'সেৱা জ্যোতি কলহ যাত্ৰা'।
♦️সোণাৰিত সেৱা জ্যোতি কলহ যাত্ৰাত জনসমুদ্ৰ: বিধায়ক, সাংসদৰ উপস্থিতিৰে উদযাপন 'সেৱা সংকল্প অভিযান'