📌ধুবুৰীৰ নালিয়া ডিমাকুৰীত ১৫ বছৰীয়া পৰম্পৰাৰে সাৰ্বজনীন শ্ৰী শ্ৰী মা শ্যামা কালী পূজা উদযাপন
📌দূৰ-দূৰণিৰ পৰা অহা ভক্তৰ সমাগম, অঞ্চলৰ মংগল কামনাৰে মা কালীৰ চৰণত প্ৰাৰ্থনা
📌বাট-পথৰ দুৰৱস্থা আৰু গৰাখহনীয়াৰ সমস্যাক লৈ ক্ষোভ পূজা পৰিচালনা সমিতিৰ, শীঘ্ৰে সমাধানৰ দাবী
#NewsUpdate #AssamNews #PrimeNews #PrimeNews24