♦️চৰাইদেউৰ পথত মৃ/ত্যু/দূ/ত যেন তীব্ৰবেগী বাহন! সুৰক্ষা পৰীক্ষাৰ দাবীত আয়ুক্তক স্মাৰকপত্ৰ।
♦️চৰাইদেউত তীব্ৰবেগী আৰু নথি-পত্ৰবিহীন বাহনক নাকী লগোৱাৰ দাবী।
♦️চৰাইদেউত পথ-দু/ৰ্ঘ/ট/না ৰোধৰ বাবে কঠোৰ ব্যৱস্থাৰ দাবী টাই আহোম যুৱ পৰিষদৰ।
#Taypa #Dtocharaideo #Sonari
Sonari, Charaideo | Nov 23, 2026