Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
Swachhbharat
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Responsiblerailyatri
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Educationforall
Worldwaterday
Capacitybuilding
Railsafety
Chaitranavratri
No video available

সাপেখাতী: চৰাইদেউ দোলাখৰীয় গাঁৱত সদ্য প্ৰয়াত লোকৰ পৰিয়ালৰ লগত মত-বিনিময় কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

Sapekhati, Charaideo | Apr 10, 2024
দোলাখৰীয় গাঁৱৰ সদ্য প্ৰয়াত বলোৰাম চেতিয়া নাম লোকজনৰ বাসগৃহত আয়োজিত আদ্য শ্ৰাদ্ধত উপস্থিত হৈ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থণা কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ । লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে ।