Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Educationforall
Capacitybuilding
Worldwaterday
Chaitranavratri
Railsafety
���ंतर्राष्ट्रीय_वन_दिवस
Kalpanachawla
No video available

সাপেখাতী: বৰহাটত যোৰহাট লোক সভা প্ৰাৰ্থী কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ মাৰাথান নিৰ্বাচনী প্ৰচাৰ

Sapekhati, Charaideo | Apr 8, 2024
যোৰহাট লোকসভা সমষ্টিত আৰ্কষনীয় হৈ পৰিছে নিৰ্ব্বাচনী যুজ ।কংগ্ৰেছ আৰু বিজেপি দলে সমান্তৰালকৈ মাৰাথান নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে সমষ্টিটোৰ বিভিন্ন অঞ্চলত । বিশেষকৈ গাঁৱে-ভূঞে ,চাহ বাগিচাত কংগ্ৰেছ দলে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ । আজি সোমবাৰে চাৰি বজাত যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে বৰহাটৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায়।

MORE NEWS