Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

অসম চৰকাৰে অহা ৩০ জুনৰ পৰা ব্যক্তিগত চিকিৎসালয়ত চলি থকা আয়ুস্মান আঁচনিৰ বিনামূলীয়া ডায়েলাইচিচৰ সেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া। #followersreelsfypシ゚viralシfypシ゚viralシalシ #nonfollowersviewers #sivasagar #allassam #allindia

Sibsagar, Sivasagar | Jun 24, 2026

MORE NEWS

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টি বি মুক্ত ভাৰত অভিযান সফল কৰাৰ বাবে শিৱসাগৰ জিলাত উপস্থিত ৰাজ্যিক যক্ষ্মা ৰোগ বিভাগৰ পৰ্যবেক্ষক দল 

শিৱসাগৰ জিলা যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিভাগৰ সতে মিলিত হয় পৰ্যালোচনা বৈঠকত লগতে শিৱসাগৰৰ যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিষয়া ডাঃ দ্বীজেন কোঁচৰ লগতে সমুহ যক্ষ্মা ৰোগ বিভাগৰ কৰ্মচাৰী সতে পৰিদৰ্শন কৰে শিৱসাগৰ জিলাৰ যক্ষ্মা ৰোগৰ কেন্দ্ৰ সমুহ 

উল্লেখ্য যে গুৱাহাটীৰ পৰা অহা পৰ্যবেক্ষকৰ এই দলটোত আছিল ৰাজ্যিক যক্ষ্মা ৰোগ বিষয়া ডাঃ প্ৰদীপ কুমাৰ দাস , যক্ষ্মা ৰোগ বিভাগৰ কাৰিকৰী সহায়ক ড°প্ৰণামিকা শৰ্মা আৰু জাপাইগ' ৰ জেষ্ঠ কাৰিকৰী বিষয়া জ্যোতিকা তালুকদাৰ 

#followerseveryone #himantabiswasarmabreakingnews #AssamGovernment #highlights

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টি বি মুক্ত ভাৰত অভিযান সফল কৰাৰ বাবে শিৱসাগৰ জিলাত উপস্থিত ৰাজ্যিক যক্ষ্মা ৰোগ বিভাগৰ পৰ্যবেক্ষক দল শিৱসাগৰ জিলা যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিভাগৰ সতে মিলিত হয় পৰ্যালোচনা বৈঠকত লগতে শিৱসাগৰৰ যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিষয়া ডাঃ দ্বীজেন কোঁচৰ লগতে সমুহ যক্ষ্মা ৰোগ বিভাগৰ কৰ্মচাৰী সতে পৰিদৰ্শন কৰে শিৱসাগৰ জিলাৰ যক্ষ্মা ৰোগৰ কেন্দ্ৰ সমুহ উল্লেখ্য যে গুৱাহাটীৰ পৰা অহা পৰ্যবেক্ষকৰ এই দলটোত আছিল ৰাজ্যিক যক্ষ্মা ৰোগ বিষয়া ডাঃ প্ৰদীপ কুমাৰ দাস , যক্ষ্মা ৰোগ বিভাগৰ কাৰিকৰী সহায়ক ড°প্ৰণামিকা শৰ্মা আৰু জাপাইগ' ৰ জেষ্ঠ কাৰিকৰী বিষয়া জ্যোতিকা তালুকদাৰ #followerseveryone #himantabiswasarmabreakingnews #AssamGovernment #highlights

Sibsagar, Sivasagar | Jun 24, 2026

📌ভক্তিৰ ঢৌত প্ৰকাশি উঠিছে নীলাচল
📌অম্বুবাচী মহামেলাত মা কামাখ্যাৰ পুণ্যতীৰ্থলৈ আগমন ঘটিছে  লক্ষাধিক ভক্ত, সাধু-সন্তৰ
#ambubachi #AmbubachiMela #kamakhyamandir #kamakhyatemple #maakamakhya #Kamakhya #devotees #assam #assamtourism #awesomeassam #assamese #guwahati

📌ভক্তিৰ ঢৌত প্ৰকাশি উঠিছে নীলাচল 📌অম্বুবাচী মহামেলাত মা কামাখ্যাৰ পুণ্যতীৰ্থলৈ আগমন ঘটিছে লক্ষাধিক ভক্ত, সাধু-সন্তৰ #ambubachi #AmbubachiMela #kamakhyamandir #kamakhyatemple #maakamakhya #Kamakhya #devotees #assam #assamtourism #awesomeassam #assamese #guwahati

Sibsagar, Sivasagar | Jun 24, 2026

▶প্ৰবল বানে মুহূৰ্ততে উটুৱাই নিলে ঘৰ

▶অৰুণাচলত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ

▶খুলি দিয়া হৈছে ৰঙানদী প্ৰকল্পৰ কেইবাখনো গেট

 #Flood

▶প্ৰবল বানে মুহূৰ্ততে উটুৱাই নিলে ঘৰ ▶অৰুণাচলত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ ▶খুলি দিয়া হৈছে ৰঙানদী প্ৰকল্পৰ কেইবাখনো গেট #Flood

Sibsagar, Sivasagar | Jun 24, 2026

অসম চৰকাৰে অহা ৩০ জুনৰ পৰা ব্যক্তিগত চিকিৎসালয়ত চলি থকা আয়ুস্মান আঁচনিৰ বিনামূলীয়া ডায়েলাইচিচৰ সেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া। #followersreelsfypシ゚viralシfypシ゚viralシalシ #nonfollowersviewers #sivasagar #allassam #allindia - Sibsagar News