নগাঁও: আমতলাত লোমহৰ্ষক হত্যাকাণ্ড,নুৰুল ইছলামৰ দ্বিতীয় পত্নীক নুৰুল ইছলাম আৰু সতীনিয়েক সহ তিনিজনে মিলি হত্যা কৰাৰ অভিযোগ
Nagaon, Nagaon | Jul 5, 2025 ৰূপহীহাটৰ পশ্চিম লৰিৰমুখৰ আমতলাত লোমহৰ্ষক হত্যাকাণ্ড,নুৰুল ইছলামৰ দ্বিতীয় পত্নীক নুৰুল ইছলাম আৰু সতীনিয়েক সহ তিনিজনে মিলি মৰিয়াই হত্যা কৰাৰ অভিযোগ শনিবাৰে দিনৰ প্ৰায় ১২ মান বজাত। ইফালে হত্যা কৰি ঘটনাস্থলীৰ পৰা স্বামী নুৰুল ইছলামৰ পলায়ন।চাৰি সন্তানৰ মাতৃ নুৰুন্নেহাৰক তিনি জনে মিলি নিৰ্মম ভাবে হত্যা কৰাৰ অভিযোগ।উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।ঘটনা স্থলীত কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।উল্লেখ্য যে শুক্ৰবাৰে নিশাই হত্যা কৰ