অসমলৈ আহিল গৌৰৱৰ খবৰ! 🇮🇳 অসমৰ পৰা টীম ইণ্ডিয়ালৈ—জিন্টিমণিৰ নতুন যাত্ৰা!
অসমৰ ক্ৰিকেটাৰ জিন্টিমণি কলিতাৰ টীম ইণ্ডিয়াত প্ৰৱেশ। প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিলে জিন্টিমণিয়ে।
🇮🇳 জিম্বাবুৱেৰ বিৰুদ্ধে হ’বলগীয়া T20 শৃংখলাৰ ভাৰতীয় দলত অন্তৰ্ভুক্ত অসমৰ জিন্টিমণি। ইয়াৰ লগে লগে প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়াৰ জাৰ্চী পৰিধানৰ সুযোগ লাভ কৰিব অসম কন্যাগৰাকীয়ে।
📌 T20 দলৰ ভাৰপ্ৰাপ্ত অধিনায়ক ছেফালি বৰ্মা
📌 এদিনীয়া দলৰ নেতৃত্বত স্মৃতি মন্ধানা
📌 অভিজ্ঞ হৰমনপ্রীত কৌৰ খেলুৱৈ হিচাপে দুয়োটা দলতে থাকিল
📌 এদিনীয়া দলৰ সহঃ অধিনায়িকা দিপ্তী শৰ্মা
📌 অসমৰ ক্ৰিকেটৰ ইতিহাসত জিন্টিমণিৰ এয়া এক উল্লেখযোগ্য সাফল্য।
#jintimonikalita #TeamIndia #IndianWomensCricket #assamcricket #AssamPride #cricket #bcci #WomenInCricket #ZimbabweVsIndia
Sibsagar, Sivasagar | Oct 6, 2026