শিৱসাগৰত মহিলা আৰু শিশু বিকাশ নগৰৰ প্ৰকল্পৰ উদ্যোগত অংগন মিলন সেৱা কাৰ্যসূচী ৰূপায়ণ
শিৱসাগৰৰ ১ নং পি এম শ্ৰী প্ৰাথমিক বিদ্যালয়ত গাম্ভীৰ্যপূৰ্ণ ভাৱে অনুষ্ঠিত কৰা হয় এই কাৰ্যসূচী
শিৱসাগৰ জিলাৰ উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাস , মহিলা আৰু শিশু বিকাশ নগৰ প্ৰকল্প বিষয়া সান্তনা বৰুৱাকে আদি কৰি উপস্থিত থাকে জিলা খনৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আজিৰ এই কাৰ্যসূচীত
#highlight
#everyone
#follower
#everyonefollowers