Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh

বাক্সা: জালাহত বুথ পৰ্যায়ৰ কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Baska, Baksa | Jul 5, 2025
বাক্সা জিলাৰ জালাহত আজি ভাৰতীয় জনতা পাৰ্টীৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ বিটিচি নিৰ্বাচনত দলীয় কৰ্মী সকলক উৎসাহ দিয়াৰ ভাষণ আগবঢ়ায়। নিৰ্বাচনৰ বাবে দলক মজবুত কৰিবলৈ আহ্বান জনায়। এই সন্মিলনত দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী ৰঞ্জিত দাসৰ লগতে আন লোক উপস্থিত থাকে।

MORE NEWS