মৰিগাঁও: আজাদ ফাউণ্ডেশ্যনৰ উদ্যোগত মৈৰাবাৰীত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন, উপস্থিত মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাস
আজাদ ফাউণ্ডেশ্যনৰ উদ্যোগত আজি এখনি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে।ডিও কেয়াৰ হস্পিতাল এণ্ড ৰিচাৰ্ছ চেণ্টাৰ নগাঁও আৰু মৈৰাবাৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হোৱা স্বাস্থ্য শিবিৰত ঔষধ আদি প্রদান কৰি সহযোগ কৰে শ্বাহানুৰ ড্ৰাগছ ডিষ্ট্ৰিবিওটৰ, মিজান ফাৰ্মাচী,জীয়াবুৰ ডিষ্ট্ৰিবিওটৰ,হক ডিষ্ট্ৰিবিওটৰ, আৰু গালিব ড্ৰাগছ ডিষ্ট্ৰিবিওটৰে।