Public App Logo
Profile Picture

চন্দন হীৰা

@chandanhiramorigaon
3620Followers
1Following
মৰিগাঁও: জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জনস্বাস্থ্য কাৰিকৰী আৰু পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা সভা
মৰিগাঁও: কৃষক পঞ্জীয়ন ক্ষীপ্ৰতৰ কৰাৰ বিশেষ পদক্ষেপ
জালুগুটি আৰু মিকিৰভেটা কৃষি চক্ৰত ঘৰে ঘৰে গৈ কৃষক চিনাক্তকৰণ অভিযান
মৰিগাঁও: লাহৰীঘাটৰ টেঙাগুৰিত প্ৰশাসনৰ উচ্ছেদ অভিযান, আৰক্ষী-অৰ্ধসামাৰিক বাহিনীৰ এটা বিশাল দলৰ উপস্থিতিত চলাই এই অভিযান
মৰিগাঁও: *‘সেৱা সংকল্প অভিযান’ৰ অধীনত মৰিগাঁৱৰ পাঁচটা উন্নয়ন খণ্ডত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন
মৰিগাঁও: জিলাৰ মাজমজিয়াত দুৰ্গা পূজাৰ শুভেচ্ছাৰে অসমীয়া ভাষা ব্যৱহাৰৰ আহ্বান বীৰ লাচিত সেনা অসম জিলা সমিতিৰ
মৰিগাঁও: জিলাৰ ট্ৰাইবেল সংঘৰ প্ৰেক্ষাগৃহত সদৌ তিৱা ছাত্ৰ সন্থাৰ সংবাদমেল
মৰিগাঁও: যক্ষ্মা কাৰ্যালয়ত জিলা দিৱস উপলক্ষে মৰিগাঁৱত ১৫ গৰাকী যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ
মৰিগাঁও: বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁৱত ৩৮ সংখ্যক জিলা দিৱস উদযাপন বিধায়ক ৰমাকান্ত দেউৰী মন্তব্য প্ৰকাশ
মৰিগাঁও: জিলাৰ মাজমজিয়াত  ৩৮ সংখ্যক জিলা দিৱস উদযাপনৰ অংশ হিচাপে সামাজিক কু-প্ৰথাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ পদক্ষেপ
মৰিগাঁও: ট্ৰাইবেল সংঘৰ প্ৰেক্ষাগৃহত তিৱা স্বায়ত্ত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা আৰু বিভিন্ন দাবীৰ দাবীত সংবাদ মেল
মৰিগাঁও: ট্ৰাইবেল ৰেষ্ট হাউছৰ প্ৰেক্ষাগৃহত সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ উদ্যোগত জিলা সমিতি গঠন
মৰিগাঁও: লোচনাবৰী মজলীয়া বিদ্যালয়ৰ পৰিচালনা সমিতি গঠন, অভিভাৱক আৰু স্থানীয় ৰাইজৰ উপস্থিতিত সুচাৰুৰূপে সম্পন্ন হয় সমিতি গঠন
মৰিগাঁও: ‘সেৱা সংকল্প অভিযান’ৰ অধীনত লাহৰীঘাটত আশা কৰ্মীসকলক ১,০০০ টকাকৈ চেক প্ৰদান কৰা হয়, উপস্থিত সাংসদ
মৰিগাঁও: জিলাৰ পশ্চিম নগাঁও ৰংগমঞ্চত দুৰ্যোগৰ বিপদাশংকা হ্ৰাস সম্পৰ্কীয় সজাগতা কাৰ্যসূচী
মৰিগাঁও: আজি পুৱাই বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰিলে পবিতৰা অভয়াৰণ্য
মৰিগাঁও: জিলাৰ মাজমজিয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁৱত ৩৮ সংখ্যক জিলা দিৱস উদযাপন
মৰিগাঁও: ড্ৰাগছ সৰবৰাহ কৰি মৈৰাবাৰী আৰক্ষীৰ জালত ফাৰ্মাচীষ্ট পঢ়ি অহা  ফকৰুল ইছলাম
মৰিগাঁও: উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত সেৱা সংকল্প অভিযান, ২০২৬ৰ অধীনত  জিলা পৰ্যায়ৰ কুইজ, চিত্ৰাংকন অনুষ্ঠিত
মৰিগাঁও: ভাংঠাবড়ীৰ  ড্ৰাগছ পেডেলাৰ ঘৰতে মৃত্যু এজন যুৱক, ড্ৰাগছৰ কৰাল গ্ৰাসত মৰিগাঁৱৰ ফাৰুক আলী নামৰ এজন যুৱকৰ মৃত্যু
মৰিগাঁও: আয়ুক্ত কাৰ্যালয় সভাকক্ষত  লোকপিয়লৰ প্ৰস্তুতি সন্দৰ্ভত এদিনীয়া জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী
মৰিগাঁও: বিজয়ৰ পিছতে বিধায়ক ৰমাকান্ত দেউৰীৰ জিলাস্থিত বাসভৱনত দেৱাশীষ শৰ্মা
মৰিগাঁও: বিজয়ৰ পিছতে বিধায়ক ৰমাকান্ত দেউৰীৰ জিলাস্থিত বাসভৱনত দেৱাশীষ শৰ্মা
মৰিগাঁও: মৰিগাঁও নগাঁও পথ দুৰ্ঘটনাত আহত লোকক উদ্ধাৰ কৰি মানৱতাৰ পৰিচয় দেৱাশীষ শৰ্মাৰ
মৰিগাঁও: মৃ*ত*দে*হ লৈ জাগীৰোডৰ ৰাজপথত উত্তাল প্ৰতিবাদ, জাগীৰোড-মৰিগাঁও সংযোগী পথ অৱৰোধ ৰাইজৰ
মৰিগাঁও: জাগীৰোডত আৰম্ভ ‘বিধায়ক কাপ পঞ্চায়ত ফুটবল লীগ ২০২৬’