Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow

মহানগৰীৰ 'সংগম মহোৎসৱ'ত অংশগ্ৰহণ বিধায়ক বিজয় গুপ্তাৰ।

Assam, India | Jul 21, 2026

MORE NEWS

@ গহপুৰৰ হেলেমৰ বুৰৈ নৈত গা ধুবলৈ গৈ সলিল সমাধি শিৱ দাসৰ।
@ শনিবাৰে সংঘটিত হৈছিল এই কৰুণ ঘটনা।
@ শনিবাৰে SDRF বাহিনীয়ে নিশা ৯ বজা পৰ্যন্ত চলালে অভিযান।
@ উদ্বাৰ কৰিব নোৱাৰিলে শিৱ দাসৰ নিথৰ দেহটো। 
@ দেওবাৰে পুৱাৰ পৰা পুনৰ একেৰাহে চলি আছে উদ্বাৰ  অভিযান। 
@ ২৪ ঘন্টা উকলি যোৱাৰ পাছতো উদ্বাৰ হোৱা নাই শিৱ দাসৰ নিথৰ দেহ।
@ সমগ্ৰ মিছামাৰী অঞ্চলত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে। 

#public #friends #highlights #news #viral #reels #everyone #facebook #police #sdrf #ndrf

@ গহপুৰৰ হেলেমৰ বুৰৈ নৈত গা ধুবলৈ গৈ সলিল সমাধি শিৱ দাসৰ। @ শনিবাৰে সংঘটিত হৈছিল এই কৰুণ ঘটনা। @ শনিবাৰে SDRF বাহিনীয়ে নিশা ৯ বজা পৰ্যন্ত চলালে অভিযান। @ উদ্বাৰ কৰিব নোৱাৰিলে শিৱ দাসৰ নিথৰ দেহটো। @ দেওবাৰে পুৱাৰ পৰা পুনৰ একেৰাহে চলি আছে উদ্বাৰ অভিযান। @ ২৪ ঘন্টা উকলি যোৱাৰ পাছতো উদ্বাৰ হোৱা নাই শিৱ দাসৰ নিথৰ দেহ। @ সমগ্ৰ মিছামাৰী অঞ্চলত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে। #public #friends #highlights #news #viral #reels #everyone #facebook #police #sdrf #ndrf

Helem, Biswanath | Jul 26, 2026

Helem, Biswanath | Jul 26, 2026

@ হেলেমৰ বুৰৈ নদীত গা ধুবলৈ গৈ মিছামাৰীৰ শিৱ দাস নামৰ যুৱক নিখোঁজ।
@ SDRF বাহিনীৰ উদ্বাৰ অভিযানত বিফল।
@ গভীৰ আন্ধাৰৰ বাবে অভিযান স্থগিত।
@ পুনৰ কাইলৈ ৰাতিপুৱা অব্যাহত ৰাখিব উদ্বাৰ অভিযান।
@ সমগ্ৰ মিছামাৰী অঞ্চলত এক শোকাকুল পৰিবেশ।

#public #friends #highlights #news #viral #reels #everyone #facebook #sdrf

@ হেলেমৰ বুৰৈ নদীত গা ধুবলৈ গৈ মিছামাৰীৰ শিৱ দাস নামৰ যুৱক নিখোঁজ। @ SDRF বাহিনীৰ উদ্বাৰ অভিযানত বিফল। @ গভীৰ আন্ধাৰৰ বাবে অভিযান স্থগিত। @ পুনৰ কাইলৈ ৰাতিপুৱা অব্যাহত ৰাখিব উদ্বাৰ অভিযান। @ সমগ্ৰ মিছামাৰী অঞ্চলত এক শোকাকুল পৰিবেশ। #public #friends #highlights #news #viral #reels #everyone #facebook #sdrf

Helem, Biswanath | Jul 25, 2026