সোণাৰি: বিমলাপুৰত অনুষ্ঠিত নিৰ্বাচনী সভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকৰ অংশগ্ৰহণ
আজি বিমলাপুৰত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। খ্ৰীষ্টান সমাজৰ লগত অসম ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছাৰ সৈতে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।