সোণাৰি: চৰাইদেউত পঞ্চায়ত প্ৰভাৰীসকলৰ সৈতে এক বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
আজি বিজেপিৰ চৰাইদেউ জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত পঞ্চায়ত প্ৰভাৰীসকলৰ সৈতে এক বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। জিলা সভাপতি লক্ষ্মীনাথ তাছাৰ সৈতে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সভাত অংশগ্ৰহণ কৰে। সভাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে কাম কৰিবলৈ আহ্বান জনায় বিধায়ক কোঁৱৰে।