সোণাৰি: অসম অৰুণাচল সিমান্তৰ কানু ভোগবাৰীত চৰাইদেউ জিলা আবকাৰী বিভাগ আৰু ফ্লাইং স্কুৱাডৰ অবৈধ সুৰা কঢ়িওৱা বাহনৰ বিৰুদ্ধে অভিযান
সমাগত লোক সভা নিৰ্বাচনৰ প্ৰাকক্ষনত চৰাইদেউ জিলা আবাকাৰী বিভাগ আৰু চৰাইদেউ জিলাৰ ফ্লাইং স্কুৱাড দলৰ অবৈধ সুৰা কঢ়িওৱা বাহনৰ বিৰুদ্ধে অসম অৰুণাচল কানু ভোগবাৰী পথত অবৈধ সুৰা কঢ়িওৱা বাহনৰ বিৰুদ্ধে অভিযান অব্যাহত ৷ তন্ন তন্ন কৈ পৰীক্ষা বাহন সমূহ যাতে কোনো বাহনত অবৈধ সুৰা লৈ আৰুণাচল বা চৰাইদেউ জিলাত প্ৰবেশ কৰিব নোৱাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বাহন সমূহ পৰীক্ষা চৰাইদেউ জিলা আবকাৰী বিভাগৰ ৷