Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Bipinrawat
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Cds
Educationforall
Worldwaterday
Railsafety
Chaitranavratri
Smartrailyatri
Indianrailway
Railinfra4jharkhand
No video available

সোণাৰি: চৰাইদেউ জিলা আবকাৰী বিভাগে ভজো, জলহা গাওঁ,লংপটীয়া গাওঁত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ৩০০ লিটাৰ চুলাই মদৰ পাছ নষ্ট

Sonari, Charaideo | Apr 6, 2024
চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ এলেকাৰ ভজো, লংপটীয়া গাওঁ, জলহা গাওঁত অবৈধ সুৰাৰ বিৰুদ্ধে চৰাইদেউ জিলা আবকাৰী বিভাগ আৰু সোণাৰি আৰক্ষীৰ সহযোগত অভিযান চলায় ৷অভিযান কালত চুলাই মদৰ পাছ ৩০০ লিটাৰ ২২ লিটাৰ বিক্ৰী বাবে ৰখা চুলাই নষ্ট কৰে আৰু ২টাকৈ গোচৰ ৰুজো কৰে

MORE NEWS