সোণাৰি: সোণাৰিত তপন কুমাৰ গগৈৰ বাসগৃহত ৯ তাৰিখে প্ৰধানমন্ত্ৰীৰ জনসভাত অংশগ্ৰহণ প্ৰস্তুতি সম্পৰ্কে আলোচনা ।
সোণাৰিত তপন কুমাৰ গগৈৰ বাসগৃহত ৯ তাৰিখে প্ৰধানমন্ত্ৰীৰ জনসভাত অংশগ্ৰহণ প্ৰস্তুতি সম্পৰ্কে আলোচনা । ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ বাসগৃহত মণ্ডলৰ সভাপতি আৰু শক্তি কেন্দ্ৰৰ তত্বাৱধায়ক সকলৰ লগত তত্বাৱধায়ক পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া , সোণাৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত অহা ৯ তাৰিখে প্ৰধানমন্ত্ৰীৰ জনসভা প্ৰস্তুতি সম্পৰ্কে এখনি আলোচনা হয় ।