Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
India
Congress
Modi
Delhi
Viral
Jharkhand
���ेट्रोल
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Crimenews
Bareilly
Bcci
Agra
Breaking
Aimim
No video available

সোণাৰি: নাহৰহাবি চাহ বাগিচাত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কেবিনেট মন্ত্ৰী যোগেন মহনৰ

Sonari, Charaideo | Mar 7, 2024
চৰাইদেউ গাঁও পঞ্চায়তৰ এলেকাধীন নাহৰহাবি চাহ বাগিচাৰ ৩ নম্বৰ লাইনত আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে লোকনিৰ্মাণ বিভাগৰ SOPD (ODS) আঁচনি ২০২৩-২৪ বৰ্ষৰ অধীনত এটা পথৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত কেবিনেট মন্ত্ৰীগৰাকীৰ লগতে চৰাইদেউ জিলাৰ লোকনিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰী, চৰাইদেউ পঞ্চায়তৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷

MORE NEWS